মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন উন্নয়ন সংস্থা

Directory of Frozen Semen & Bulls

এ এল ডি এ অৰ্থাৎ অসম পশুধন উন্নয়ন সংস্থাৰ এক অন্যতম কৃতিত্ব হৈছে উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বাৰাপেট্টাত হিমায়িত বীৰ্য ষ্টেশ্যন স্থাপন। সম্প্ৰতি উত্তৰ-পূৰ্বাঞ্চলত এয়া প্ৰথম আৰু একমাত্ৰ এনে কেন্দ্ৰ যাক ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰ্য্যবেক্ষণ গোট (চেণ্ট্ৰেল মণিটৰিং ইউনিট) য়ে ‘এ’ গ্ৰেড প্ৰদান কৰিছে। প্ৰতিবছৰে পাঁচ লাখ ড’চ আৰু অনাগত সাতটা বছৰৰ ভিতৰত পোন্ধৰ লাখ ড’চ উৎপাদনৰ লক্ষ্যৰে এই বীৰ্য ষ্টেশ্যনক ১০ মাৰ্চ ২০১৫ ত কৰ্ম দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যৰ গো পালকসকলৰ বাবে এই ষ্টেশ্যনে ইতিমধ্যে ১০ লাখ বিশুদ্ধ জাৰ্ছি আৰু এইছ এফ ষ্ট্ৰোজ উৎপাদন কৰিছে।

ফ্ৰজেন চীমেন বুল ষ্টেচনত উৎপাদিত ফ্ৰজেন চীমেনৰ বাৰ্ষিক পৰিমাণ:

বছৰ২০১৪-২০১৫ (১০-০৩-২০১৫ ত অনুমোদিত)২০১৫-১৬২০১৬-১৭
ফ্ৰজেন চীমেন উৎপাদন৮৮৩০৩০১৫২২৬৫০১৮৫
Downloads
TitleSizeDetail
Barapetta FSBS Bull(Sire) directory.pptx11.47 MBswf-image